Sunday, July 18, 2021

July 18, 2021


 মোগল শাসনৰ সময়ত উল্লেখযোগ্য যুদ্ধ (Notable wars during Mughal rule)

═════════════════════════════════════════════════════


☫ পানীপথৰ প্ৰথম যুদ্ধ (১৫২৬)

☞ বাবৰৰ দ্বাৰা ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল 


☫ খানৱাৰ যুদ্ধ (১৫২৭)

☞ বাবৰে মেৱাৰৰ ৰাণা চুং আৰু তেওঁৰ সহযোগীসকলক পৰাজিত কৰিছিল।


☫ ঘাঘৰাৰ যুদ্ধ (১৫২৯)

☞ বাবৰে আফগান আৰু বংগৰ চুলতানৰ যুটীয়া বাহিনীক পৰাস্ত কৰিছিল।


☫ চৌসাৰ যুদ্ধ (১৫৩৯)

☞ শ্বেৰ শ্বাহ চুৰীয়ে হুমায়ুনক পৰাস্ত কৰিছিল।


☫ পানীপথৰ দ্বিতীয় যুদ্ধ (১৫৫৬)

☞ আকবৰে হিন্দু ৰজা হেমুক পৰাজিত কৰিছিল।


☫ থানেছাৰৰ যুদ্ধ (১৫৬৭)

☞ আকবৰে সন্ন্যাসীৰ দুটা প্ৰতিদ্বন্দী গোটক পৰাস্ত কৰিছিল।


☫ টুক্ৰইৰ যুদ্ধ (১৫৭৫)

☞ আকবৰে বংগ আৰু বিহাৰৰ চুলতানসকলক পৰাজিত কৰে 


☫ হালদিঘাটিৰ যুদ্ধ (১৫৭৬)

☞ মোগল সৈন্যৰ ৰজা মান সিং আৰু মেৱাৰৰ ৰাণা প্ৰতাপৰ মাজত  সিদ্ধান্তহীন যুদ্ধ।


☫ সমুগড়ৰ যুদ্ধ (১৬৫৮)

☞ ঔৰঙ্গজেব আৰু মুৰাদ বখশে দাৰা শিকহোক পৰাজিত কৰিছিল।


☫ খাজাভাৰ যুদ্ধ (১৬৫৯)

☞ ঔৰঙ্গজেবে তেওঁৰ ভায়েক শ্বাহ শুজাক পৰাজিত কৰিছিল


☫ শৰাইঘাটৰ যুদ্ধ (১৬৭১)

☞ আহোম সাম্ৰাজ্যৰ লাচিত বৰফুকনে ৰাম সিঙৰ নেতৃত্বত অহা মোগল সেনাক পৰাস্ত কৰে


☫ কৰ্ণালৰ যুদ্ধ (১৭৩৯)

☞ নাদিৰ শ্বাহে মোগল সম্ৰাট মুহাম্মদ শ্বাহক পৰাস্ত কৰিছিল আৰু ময়ূৰ সিংহাসন তথা  কহিনুৰ হীৰাকে ধৰি মোগলৰ ধন লুটি লৈছিল।

0 comments:

Post a Comment

Search This Blog

Powered by Blogger.

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) | general knowledge in Assamese | Assamese GK

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) ( ১ ) মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি ...