ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ নতুন কেবিনেট মন্ত্ৰীমণ্ডল (New cabinet ministers of Central ministry)
★ নাৰায়ণ ৰাণে: ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ
★ সৰ্বানন্দ সোণোৱাল: বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ
★ বীৰেন্দ্ৰ কুমাৰ: সামাজিক ন্যায় আৰু অধিকাৰিতা
★ জ্যোতিৰাদিত্য এম সিন্ধিয়া: অসামৰিক বিমান পৰিবহন
★ ৰামচন্দ্ৰ প্ৰসাদ সিং: ষ্টীল
★ অশ্বিনী বৈষ্ণৱ: ৰেল, যোগাযোগ আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি
★ পশুপতি কুমাৰ পাৰস : খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ
★ ভূপেন্দ্ৰ যাদৱ: পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আৰু শ্ৰম আৰু নিযুক্তি
★ কিৰেন ৰিজিজু: আইন আৰু ন্যায়
★ ৰাজ কুমাৰ সিং: শক্তি
★ মনসুখ মাণ্ডৱিয়া: স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু ৰাসায়নিক আৰু সাৰ
★ হৰদীপ সিং পুৰী: পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু গৃহ আৰু নগৰ পৰিক্ৰমা
★ জি. কিষাণ ৰেড্ডী: সাংস্কৃতিক, পৰ্যটন আৰু উত্তৰ-পূব অঞ্চলৰ উন্নয়ন
★ অনুৰাগ ঠাকুৰ: তথ্য আৰু সম্প্ৰচাৰ আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া
★ পুৰুষোত্তম ৰূপালা: মীন পালন, পশুপালন আৰু দুগ্ধজাত সামগ্ৰী
★ নৰেন্দ্ৰ মোডী: বিজ্ঞান আৰু প্ৰযুক্তি
★ অমিত শ্বাহ: সহকাৰিতা


0 comments:
Post a Comment