Wednesday, November 24, 2021

November 24, 2021


মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space)


() মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি: য়ুৰি গেগেৰিন

 

() মহাকাশলৈ উপগ্ৰহ প্ৰেৰণ কৰা প্ৰথম খন দেশ: ৰাছিয়া

 

() মহাকাশলৈ যোৱা প্ৰথম মহাকাশ কুকুৰ: লাইকা

 

() মহাকাশলৈ যোৱা প্ৰথম মহিলা

: ভেলেণ্টিনা টাৰেশকোভা

 

() মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয়: ৰাকেশ শৰ্মা

 

() চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তি: নীল আৰ্মষ্ট্ৰং

 

() এজন মানুহক চন্দ্ৰলৈ পঠোৱা প্ৰথম দেশ: আমেৰিকা যুক্তৰাষ্ট্ৰ

 

() মঙ্গলগ্ৰহত চালকবিহীন মহাকাশযান প্ৰেৰণ কৰা প্ৰথম খন দেশ: আমেৰিকা যুক্তৰাষ্ট্ৰ

 

() ভাৰতৰ প্ৰথম চালকবিহীন বিমান : লক্ষ্য

 

(১০) চন্দ্ৰক প্ৰদক্ষিণ কৰা প্ৰথম মহাকাশযান: লুনা-১০

 

(১১) মঙ্গল গ্ৰহত অৱতৰণ কৰা প্ৰথম মহাকাশযান : ভাইকিং-1

 

(১২) চন্দ্ৰত অৱতৰণ কৰা প্ৰথম চালক যুক্ত মহাকাশযান : ঈগল

 

(১৩) চন্দ্ৰলৈ মানুহ প্ৰৰণ কৰা বাহন : এপোলো-11

 

(১৪) মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম স্পেচ শ্বাটল: কলম্বিয়া

 

(১৫) আটাইতকৈ পুৰণি মহাকাশচাৰী : কাৰ্ল জি হানিজে

 

(১৬) কনিষ্ঠতম মহাকাশচাৰী : গেৰেমান টিটব

(১৭) মহাকাশলৈ যোৱা প্ৰথম শিক্ষক: শ্বেৰিন ক্ৰিষ্টা মেকলিফ (আমেৰিকা যুক্তৰাষ্ট্ৰ)

 

(১৮) মহাকাশলৈ যোৱা প্ৰথম আমেৰিকান মহিলা : চেলী ৰাইড

 

(১৯) মহাকাশত ঘূৰি ফুৰা প্ৰথম মহিলা: শ্বেতলানা চেভিটাস্কায়া

 

(২০) প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী : কল্পনা চাওলা

 

(২১) দীৰ্ঘম্যাদী মহাকাশচাৰী : ভেলেৰি পলিয়াকভ

 

(২২) দুবাৰ মহাকাশলৈ যোৱা প্ৰথম যাত্ৰীঃ কৰ্ণেল ভ্লাদিমিৰ কোমাৰোভ

 

(২৩) মহাকাশযানৰ পৰা বাহিৰলৈ অহা প্ৰথম ব্যক্তি: এলেক্সি লিওনভ


Read more GK here
 

Next
This is the most recent post.
Older Post

0 comments:

Post a Comment

Search This Blog

Powered by Blogger.

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) | general knowledge in Assamese | Assamese GK

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) ( ১ ) মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি ...