Sunday, July 18, 2021

July 18, 2021


 

 মোগল শাসনৰ সময়ত নিৰ্মিত স্মাৰকসমূহ (Monuments built during Mughal rule)


▪️ হুমায়ুনৰ সমাধি (দিল্লী)  

নিৰ্মাতা ➛ আকবৰ


▪️ বুলন্দ দৰৱাজা (ফাতেহপুৰ চিক্ৰি) 

 নিৰ্মাতা ➛ আকবৰ


▪️ শালিমাৰ বাগ (শ্ৰী নগৰ)

জাহাংগীৰৰ ➛ নিৰ্মিত   


▪️ আকবৰৰ সমাধি (চিকান্দ্ৰা, আগ্ৰা)  

নিৰ্মাতা ➛ আকবৰৰ দ্বাৰা আৰম্ভ কৰা আৰু জাহাংগীৰৰ দ্বাৰা সমাপ্ত 


▪️ ইতমাদ উদ দৌলা (আগ্ৰা)ৰ সমাধি 

 নিৰ্মাতা ➛নুৰ জাহান


▪️ জাহাংগীৰৰ সমাধি (শ্বাহদাৰা বাগ, লাহোৰ)  

নিৰ্মাতা ➛শ্বাহজাহান  


▪️ তাজমহল (আগ্ৰা)  

নিৰ্মাতা ➛শ্বাহজাহান


▪️ লাল কিল্লা (দিল্লী)

 নিৰ্মাতা ➛শ্বাহজাহান 


▪️ শালিমাৰ গাৰ্ডেন (লাহোৰ) 

নিৰ্মাতা ➛শ্বাহজাহান  


▪️ বিবিৰ সমাধি (ঔৰঙ্গাবাদ)

নিৰ্মাতা ➛ আজম শ্বাহ


▪️ চেলিম চিষ্টিৰ সমাধি (ফতেহপুৰ চিক্ৰি) 

নিৰ্মাতা ➛ আকবৰ

0 comments:

Post a Comment

Search This Blog

Powered by Blogger.

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) | general knowledge in Assamese | Assamese GK

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) ( ১ ) মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি ...