14 জুলাই 2021 চলিত পৰিক্ৰমা (14 July 2021 Current Affairs)
1. কোন এয়াৰলাইনছে 2021 চনৰ "এয়াৰলাইন অফ দা ইয়েৰ" বঁটা লাভ কৰিছিল?
উত্তৰ: কোৰিয়ান এয়াৰলাইনচ
2. ভাৰতৰ কোনখন চহৰত ৰাষ্ট্ৰীয় ডলফিন গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰা হৈছে?
উত্তৰ: পাটনা
3. কোটিপতি ব্ৰিটিছ বিলিয়নেয়াৰ ৰিচাৰ্ড ব্ৰেনছন মহাকাশত উৰি থকা কিমান সংখ্যক কোটিপতি হৈ পৰিছে?
উত্তৰ: প্ৰথম
4. ভাৰতীয় সাঁতোৰবিদ সজন প্ৰকাশে (সময়ৰ আধাৰত) অলিম্পিকলৈ টিকট লাভ কৰা কিমান সংখ্যক ভাৰতীয় সাঁতোৰবিদ হৈ পৰিছে?
উত্তৰ: প্ৰথমে
5. কোন গৰাকী মহিলা খেলুৱৈয়ে ২০২১ ৰ উইম্বলডন টেনিছ গ্ৰেণ্ড শ্লেমৰ মহিলা ছিংগলছৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে?
উত্তৰ: এছলে বাৰ্টি (Ashleigh Barty)
6. কোন দেশৰ উচ্চতম ন্যায়ালয়ে শ্বেৰ বাহাদুৰ দেউবাক 2 দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী হ'বলৈ নিৰ্দেশ দিছে?
উত্তৰ: নেপাল
7. ভাৰতীয় মূলৰ কোন আমেৰিকান টেনিছ খেলুৱৈয়ে ইতিহাস সৃষ্টি কৰিছে আৰু উইম্বলডনত জুনিয়ৰ চেম্পিয়নশ্বিপৰ খিতাপ জিকিছে?
উত্তৰ: সমীৰ বেনাৰ্জী
8. উইম্বলডন 2021 খিতাপ জয় কৰি নোভাক জকোভিচে কোনটো গ্ৰেণ্ড শ্লেম জিকিছে?
উত্তৰ: ২০তম
9. 13 জুনত সমগ্ৰ বিশ্বতে কোনটো দিন উদযাপন কৰা হয়?
উত্তৰ: ফ্ৰেঞ্চ ফ্ৰাইজ দিৱস
10. কোনটো ফুটবল দলে ইউৰো 2020 খিতাপ জিকিছে?
উত্তৰ: ইটালী ফুটবল দল

0 comments:
Post a Comment