Tuesday, July 13, 2021

July 13, 2021

 


ভাৰতৰ লোক নৃত্য (Traditional dance)


【অন্ধ্ৰ প্ৰদেশ】---- কুচিপুড়ি, ঘনতামাৰদালা, ওট্টাম থেডাল, বেদী নাটাকাম।

【অসম】----বিহু, দূৰ্গাপূজা, মহাৰাস, সত্ৰীয়া, বাগুৰুম্বা, ঝুমুৰ।

【বিহাৰ】---জাত- যতীন, বাখো-বাখিন, পানৱাৰিয়া, চামা চাকৱা, বিদেচিয়া।

【গুজৰাট】- গৰ্বা, দণ্ডিয়া ৰাছ, টিপ্পানি জুৰুন, ভবাই।

【হাৰিয়ানা】-- ঝাড়বাতি, দাফ, ধামাল, লুৰ, গুগা, খোৰ, জগৰ।

【হিমাচল প্ৰদেশ】---জোৰা, জালি, ছাৰাহী, ধামান, ছদ্ৰালী, মহাচু, নাটি, দাংগী। 

【জম্মু আৰু কাশ্মীৰ】---ৰৌফ, হেইকাট, মণ্ডজাত, জাম্প দাণ্ডি নাচ, দামালি। 

【কৰ্ণাটক】---যক্ষন, হুটাৰী, চুগি, কুনিথা, কাৰ্গা, লাম্বি। 

【কেৰালা】---কথকলি (ধ্ৰুপদী), ওট্টাম থুলাল, মোহিনিয়াত্তম, কাইকোট্টিকলি।   

【মহাৰাষ্ট্ৰ】---লাভানি, নাকাটা, কলি, লেজিম, গাফা, দহিকলা দাসৱতাৰ বা বোহাদা।   

【উৰিষ্যা】---ওডিচি (ধ্ৰুপদী), ৰাইড, ঘুমাৰা, পান্দ্ৰাস মুনাৰী, ছাউ।

【পশ্চিম বংগ】---কাথি, গম্ভীৰা, ধালি, যাত্ৰা, বাউল, মাৰাছিয়া, মহল, কিৰাটান।

【পাঞ্জাৱ】 ---ভাংৰা, গিদ্দা, ডাফ, ধামান, ভাণ্ড, নাকুলা।  
【ৰাজস্থান】- ঘুমাৰ, চাক্ৰী, গংগাউৰ, ঝুলন লীলা, জুমা, চুচিনি, ঘাপাল, কালবেলিয়া।   

【তামিলনাডু】---ভাৰতনাট্যম, কুমি, কোলাট্টম, কাৱাড়ী।

【উত্তৰ প্ৰদেশ】---নৌটাঙ্কি, ৰাসলীলা, কাজৰী, জোৰা, চেপেলি, জৈতা। 

【উত্তৰাখণ্ড】---গড়ৱালী, কুম্মায়ুনি, কাজৰী, ৰাসলীলা, ছপ্পেলি। 

【গোৱা】---তৰংমেল, কলি, দেখনি, ফুগদি, শিগমা, ঘোঁৰা, মোদানী, সময়ী নৃত্য, জাগৰ, ৰণমালে, গনফ, টুনিয়া মেল।  

【মধ্য প্ৰদেশ】---জৱাৰা, মাতকী, আদা, খাৰা নাচ, ফুলপতি, গ্ৰিডা নৃত্য, চেলাৰ্কি, চেলালাবডোনি, মঞ্চ।  

【ছত্তীশগড়】---গৌৰ মাৰিয়া, পান্থি, ৰাউত নাচ, পাণ্ডৱানী, ভেদামতী, কাপালিক, ভৰতহৰি চাৰিত্ৰা, চান্দনানী।

【ঝাৰখণ্ড】---আলকাপ, কৰ্মা মুণ্ডা, অগ্নি, ঝুম্মাৰ, জনানী ঝুম্মাৰ, মাৰ্দানা ঝুম্মাৰ, পাকা, ফাগুয়া, হোণ্টা নৃত্য, মুণ্ডাৰী নৃত্য, চাৰহুল, বাৰাও, জিটকা, ডাংগা, ডোমচাক, ঘোৰা নাচ।  

【অৰুণাচল প্ৰদেশ】---বুয়া, চলো, ৱাঞ্চো, পাচি কংকি, পোনুং, পপিৰ, বৰদো চাম।  

【মণিপুৰ】-- ডল চোলাম, থাং টা, লাই হাৰোবা, পুং চোলোম, খাম্বা থাইবি, নুপা নৃত্য, ৰাসলীলা, খুৰাক ইশেলী, লোহু শ্বাহ।  

【মেঘালয়】---কা শাদ চুক মিনছেইম, নংগ্ৰেম, লাহো।  
【মিজোৰাম】----চেৰভা নৃত্য, খুল্লাম, চালাম, স্বালাকিন, চোৱাংলাইজৱান, জংটালাম, পাৰ লাম, চাৰলামাকাই/চাৰলামাকাই চোলাকিয়া, লাংলাম।         

【নাগালেণ্ড】----ৰংমা, বাঁহ নৃত্য, জিলাং, চুইৰোলিয়ান, গিথিংলিম, টিমুনচানাটিন, হেটালাইউলি। 

【ত্ৰিপুৰা】---হোজাগিৰি 

【ছিকিম】---চু ফাট নৃত্য, চিকমাৰী, সিংঘাই চাম বা স্নো লায়ন নৃত্য, য়াক চাম, ডেনজং নানহা, তাছি য়াংকু নৃত্য, খুখুৰী নৃত্য, চুটকে নাচ, মাৰুনী নৃত্য।  

【লক্ষ্যদ্বীপ】 -- লাভা, কোলকাই, পৰিকলি


0 comments:

Post a Comment

Search This Blog

Powered by Blogger.

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) | general knowledge in Assamese | Assamese GK

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) ( ১ ) মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি ...