Wednesday, July 14, 2021

July 14, 2021


 ৰাজ্যসমূহৰ ব্যাঘ্ৰ সংৰক্ষণ উদ্যান 🐯(Tiger Reserve of States)

    

অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga Tiger Reserve)

মানস ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (Manas Tiger Reserve)

নামেৰি ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল(Nameri Tiger Reserve)

ওৰাং ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (Orang Tiger Reserve)


অৰুণাচল প্ৰদেশ

নামদাফা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল(Namdapha Tiger Reserve)

পাখহুই ব্যাঘ্ৰ সংৰক্ষণ(Pakhui Tiger Reserve)


অন্ধ্ৰ প্ৰদেশ

নাগাৰ্জুনসাগৰ-শ্ৰীশৈলম ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (Nagarjunsagar-Srisailam Tiger Reserve)


বিহাৰ

বাল্মীকি ৰাষ্ট্ৰীয় উদ্যান (Valmiki National Park)


ছত্তীশগড়

আচানকমাৰ ব্যাঘ্ৰ সংৰক্ষণ (Achanakmar Tiger Reserve)

ইদ্ৰৱতী ব্যাঘ্ৰ সংৰক্ষণ (Nagarhole Tiger Reserve)

উদান্তি আৰু সীতানাদি ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (Udanti & Sitanadi Tiger Reserve)


ঝাৰখণ্ড

পালামৌ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল(Palamau Tiger Reserve)


কৰ্ণাটক

বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষণ (Bandipur Tiger Reserve)

নাগাৰহোল ব্যাঘ্ৰ সংৰক্ষণ (Nagarhole Tiger Reserve)

ভদ্ৰ ব্যাঘ্ৰ সংৰক্ষণ (Bhadra Tiger Reserve)

আনশী দাণ্ডেলি ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (Anshi Dandeli Tiger Reserve)


কেৰালা

পেৰিয়াৰ টাইগাৰ ৰিজাৰ্ভ (Periyar Tiger Reserve)

পাৰাম্বিকুলাম টাইগাৰ ৰিজাৰ্ভ (Parambikulam Tiger Reserve)


মধ্য প্ৰদেশ

বান্ধৱগড় ব্যাঘ্ৰ সংৰক্ষণ (Bandhavgarh Tiger Reserve)

সাতপুৰা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (Satpura Tiger Reserve)

কানহা টাইগাৰ ৰিজাৰ্ভ (Kanha Tiger Reserve)

পান্না টাইগাৰ ৰিজাৰ্ভ (Panna Tiger Reserve)

পেঞ্চ টাইগাৰ ৰিজাৰ্ভ (Pench Tiger Reserve)

সঞ্জয়-ডুবৰি ব্যাঘ্ৰ সংৰক্ষণ (Sanjay-Dubri Tiger Reserve)


মহাৰাষ্ট্ৰ

মেলঘাট ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (Melghat Tiger Reserve)

পেঞ্চ টাইগাৰ ৰিজাৰ্ভ (Pench Tiger Reserve)

তাদোবা আন্ধাৰী বাঘ প্ৰকল্প (Tadoba Andhari Tiger Project)

সহ্যাদ্ৰী ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (Sahyadri Tiger reserve)

নাগজিৰা-নাভেগাঁও ব্যাঘ্ৰ সংৰক্ষণ (Nagzira-Navegaon Tiger Reserve)

বৰ টাইগাৰ ৰিজাৰ্ভ (Bor Tiger Reserve)


মিজোৰাম

ডেম্পা টাইগাৰ ৰিজাৰ্ভ (Dampa Tiger Reserve)


 উৰিষ্যা 

সাতকোচিয়া টাইগাৰ ৰিজাৰ্ভ (Satkosia Tiger Reserve)

চিমলিপাল টাইগাৰ ৰিজাৰ্ভ (Simlipal Tiger Reserve)


ৰাজস্থান

মুকুন্দৰা পাহাৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (Mukundara Hills Tiger Reserve)

ৰণথম্বোৰ টাইগাৰ ৰিজাৰ্ভ (Ranthambore Tiger Reserve)

সৰিস্কা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (Sariska Tiger Reserve)


তামিলনাডু

অনামালাই ব্যাঘ্র সংৰক্ষিত অঞ্চল (Anamalai Tiger Reserve)

কালাক্কাড মুণ্ডানথুৰাই ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (Kalakkad Mundanthurai Tiger)

মুদুমালাই টাইগাৰ ৰিজাৰ্ভ (Mudumalai Tiger Reserve)

সত্যমঙ্গলম ব্যাঘ্ৰ সংৰক্ষণ (Sathyamangalam Tiger Reserve)


 তেলেংগানা

কাৱাল ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (Kawal Tiger Reserve)

নাগাৰ্জুনসাগৰ (Nagarjunsagar)

শ্ৰীশৈলম টাইগাৰ ৰিজাৰ্ভ (Srisailam Tiger Reserve)


উত্তৰ প্ৰদেশ

দুধৱা ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (Dudhwa Tiger Reserve)

পিলিভিট টাইগাৰ ৰিজাৰ্ভ (Pilibhit Tiger Reserve)


উত্তৰাখণ্ড

জিম কৰ্বেট টাইগাৰ ৰিজাৰ্ভ (Jim Corbett Tiger Reserve)

ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান (Rajaji National Park)


পশ্চিম বংগ

বাক্সা টাইগাৰ ৰিজাৰ্ভ (Buxa Tiger Reserve)

সুন্দৰবন টাইগাৰ ৰিজাৰ্ভ (Sunderbans Tiger Reserve)

0 comments:

Post a Comment

Search This Blog

Powered by Blogger.

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) | general knowledge in Assamese | Assamese GK

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) ( ১ ) মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি ...