Tuesday, July 13, 2021

July 13, 2021


 সংৰক্ষিত জৈৱমণ্ডল (Biosphere Reserve) 
ভাৰতত থকা ১৮ টি সংৰক্ষিত জৈৱমণ্ডলৰ ভিতৰত তলত দিয়া এই ১২ টি হৈছে জৈৱমণ্ডল সংৰক্ষণৰ বিশ্ব নেটৱৰ্ক(World Network of Biosphere Reserves)ৰ এটা অংশ, যি ইউনেস্কো মেন এণ্ড দ্য বায়োস্ফেয়াৰ (এমএবি) কাৰ্যসূচী তালিকাৰ ওপৰত আধাৰিত।

১ নীলগিৰি জৈৱমণ্ডল ৰিজাৰ্ভ (Nilgiri Biosphere Reserve) 

ৰাজ্য : তামিলনাডু, কেৰালা আৰু কৰ্ণাটক 

বছৰ : 2000


২ মান্নাৰ উপসাগৰ জৈৱমণ্ডল ৰিজাৰ্ভ ( Gulf of Mannar Biosphere ) 

ৰাজ্য : তামিলনাডু

বছৰ : ২০০১


৩ সুন্দৰবন জৈৱমণ্ডল ৰিজাৰ্ভ (Sundarbans Biosphere Reserve)

ৰাজ্য : পশ্চিম বংগ

বছৰ : ২০০১


৪ নন্দা দেৱী জৈৱমণ্ডল সংৰক্ষণ (Nanda Devi Biosphere Reserve)

ৰাজ্য : উত্তৰাখণ্ড

বছৰ : ২০০৪


৫ নক্ৰেক জৈৱমণ্ডল সংৰক্ষণ (Nokrek Biosphere Reserve )

ৰাজ্য : মেঘালয় 

বছৰ : ২০০৯


৬ পাছমাৰী জৈৱমণ্ডল সংৰক্ষণ (Pachmarhi Biosphere Reserve )

ৰাজ্য : মধ্য প্ৰদেশ 

বছৰ : ২০০৯


৭ চিমলিপাল জৈৱমণ্ডল সংৰক্ষণ (Simlipal Biosphere Reserve ) 

ৰাজ্য : উৰিষ্যা

বছৰ : ২০০৯


৮ গ্ৰেট নিকোবৰ  জৈৱমণ্ডল সংৰক্ষণ  (Great Nicobar Biosphere Reserve)

ৰাজ্য : আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ 

বছৰ : 2013


৯ অচনকমাৰ-অমৰকন্তক জৈৱমণ্ডল সংৰক্ষণ (Achanakmar-Amarkantak Biosphere Reserve)

ৰাজ্য : ছত্তীশগড়, মধ্য প্ৰদেশ বৰ্ষ : 2012


10 আগাস্থিয়ামালাই জৈৱমণ্ডল সংৰক্ষণ (Agasthyamalai Biosphere Reserve)

ৰাজ্য : কেৰালা আৰু তামিলনাডু 

বছৰ : 2016


১১ কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান (Khangchendzonga National Park ) 

ৰাজ্য : ছিকিম 

বছৰ : 2018


১২ পান্না ৰাষ্ট্ৰীয় উদ্যান (Panna National Park )

ৰাজ্য: মধ্য প্ৰদেশ 

বছৰ : 2020

Newer Post
Previous
This is the last post.

0 comments:

Post a Comment

Search This Blog

Powered by Blogger.

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) | general knowledge in Assamese | Assamese GK

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) ( ১ ) মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি ...