Thursday, July 15, 2021

July 15, 2021


 13 জুলাই 2021  চলিত পৰিক্ৰমা(Current Affairs)


1. উদ্যোগপতি এন.এছ. শ্ৰীনিবাস মূৰ্তিক কোন খন ৰাজ্যৰ বাবে ভিয়েটনামৰ সন্মানীয় কনসাল জেনেৰেল (Honorary Consul General of Vietnam) হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ: কৰ্ণাটক


2. ভ্ৰমণকাৰীসকলৰ বাবে ইউৰোপীয় ইউনিয়নৰ 15 খন দেশে কোনটো কৰোনা ভেকছিন স্বীকৃত কৰিছে?

উত্তৰ: কভিশ্বিল্ড


3. প্ৰখ্যাত আয়ুৰ্বেদ চিকিৎসক ডাঃ পি.কে. ৱাৰিয়াৰৰ 100 বছৰ বয়সত কোন ৰাজ্যত মৃত্যু হৈছে?

উত্তৰ: কেৰালা


4. জনসংখ্যা নীতি 2021-30 কোনে ঘোষণা কৰিছে?

উত্তৰ: উত্তৰ প্ৰদেশ


5. নৌ সেনা  সম্পত্তিৰ 3 কিলোমিটাৰ ভিতৰত ড্ৰোন উৰোৱা নিষিদ্ধ কোনে কৰিছে?

উত্তৰ: ভাৰতীয় নৌসেনা


6. কেন্দ্ৰীয় চৰকাৰে জল জীৱন অভিযানৰ অধীনত কোন খন ৰাজ্যক 3,323 কোটি টকাৰ অনুদান আৱণ্টন কৰিছে?

উত্তৰ: উৰিষ্যা


7. নাগপুৰত দেশৰ প্ৰথমএলএনজি সুবিধা প্ৰকল্প (LNG facility plant) কোনে উদ্বোধন কৰিছে?

উত্তৰ: নীতিন গাডকাৰী


8. কোন খন চহৰত পৃথিৱীৰ আটাইতকৈ গভীৰ  পুখুৰী টো (60 মিটাৰ গভীৰ) "জীপ ডাইভ পুল" পৰ্যটকৰ বাবে খুলিছে?

উত্তৰ: ডুবাই


9. 12 জুনত সমগ্ৰ বিশ্বতে কোনটো দিন উদযাপন কৰা হয়?

উত্তৰ: আন্তৰ্জাতিক মালালা দিৱস

(টোকা: মালালা ইউছুফজাই )


10. প্ৰতিবেদন অনুসৰি, প্ৰতি মিনিটত কিমান জন লোক ভোকত মৰে? 

উত্তৰ: 11 জন

0 comments:

Post a Comment

Search This Blog

Powered by Blogger.

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) | general knowledge in Assamese | Assamese GK

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) ( ১ ) মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি ...