Sunday, July 18, 2021

July 18, 2021


 

১৮ জুলাই 2021 চলিত পৰিক্ৰমা (18 July 2021 Current Affairs)  


১. কোন খন দেশে হজত অংশগ্ৰহণ কৰা মহিলাসকলৰ বাবে পুৰুষ অভিভাৱকৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিছে?

উত্তৰ: চৌদি আৰৱ


২. কোন খন দেশৰ চৰকাৰে ৰেনছমৱেৰ আক্ৰমণৰ ভুক্তভোগীসকলৰ বাবে এটা অনলাইন কেন্দ্ৰ জাৰী কৰিছে?

উত্তৰ: আমেৰিকা


৩. আহমেদাবাদৰ নেচনেল ইনষ্টিটিউট অৱ ডিজাইনৰ সহ-প্ৰতিষ্ঠাপক গিৰা চাৰাভাইৰ কিমান বয়সত মৃত্যু হ'য়?

উত্তৰ:  ৯৭ বছৰ


৪. ১৮ জুলাইত সমগ্ৰ বিশ্বতে কোনটো দিন উদযাপন কৰা হয়?

উত্তৰ: আন্তৰ্জাতিক নেলচন মেণ্ডেলা দিৱস


৫.  আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ আই.টি.আৰ.এ. (ITRA) আৰু কোনখন ৰাজ্য চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে?

উত্তৰ: গুজৰাট চৰকাৰ


৬. লিংগ সমতাৰ প্ৰতি আৰক্ষী কৰ্মীসকলক সংবেদনশীল কৰাৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগে কাৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে?

উত্তৰ: আৰক্ষী গৱেষণা আৰু বিকাশ ব্যুৰো


৭. ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক জিএছটি (GST) ক্ষতিপূৰণ হিচাপে বিত্ত মন্ত্ৰালয়ে কিমান টকা মুকলি কৰিছে?

উত্তৰ: ৭৫,০০০ কোটি টকা


৮. জম্মু-কাশ্মীৰ  আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ উচ্চ ন্যায়ালয় নতুন নাম কি?

উত্তৰ: জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়


৯. গৰ্ভৱতী মহিলাৰ বাবে কেৰালা ৰাজ্যৰ দ্বাৰা কোনটো কোভিড টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে?

উত্তৰ: মাতৃ কৱচ


১০. কোনটো কোম্পানীয়ে ১৬৬০০ কোটি টকালৈকে সৰ্ববৃহৎ আইপিঅ' মুকলি কৰিব?

উত্তৰ: পেটিএম (Paytm)

0 comments:

Post a Comment

Search This Blog

Powered by Blogger.

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) | general knowledge in Assamese | Assamese GK

মহাকাশত মানৱ ভ্ৰমণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য ( Important information of man missions to space) ( ১ ) মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি ...