সৰ্বাধিক শস্য উৎপাদন কৰা ৰাজ্যসমূহ (Crop wise highest producing states of India)
➨ আপেল ==> জম্মু- কাশ্মীৰ
➨ ধান ===> পশ্চিম বংগ
➨ বাজৰা ===> ৰাজস্থান
➨ বাঁহ ===> অসম
➨ কল ===> তামিলনাডু
➨ বাৰ্লি ===> উত্তৰ প্ৰদেশ
➨ কাজু বাদাম ===> কেৰালা
➨ জলকীয়া ===> মহাৰাষ্ট্ৰ
➨ কপাহ ==> গুজৰাট
➨ ঘেঁহু ===> উত্তৰ প্ৰদেশ
➨ মাকৈ ===> অন্ধ্ৰ প্ৰদেশ
➨ চানা আৰু দাইল => মধ্য প্ৰদেশ
➨ আখৰোট ==> গুজৰাট
➨ মৰাপাট ==> পশ্চিম বংগ
➨ আম ==> উত্তৰ প্ৰদেশ
➨ মাকৈ ===> উত্তৰ প্ৰদেশ
➨ সৰিয়হ ===> ৰাজস্থান
➨ পিঁয়াজ ===> মহাৰাষ্ট্ৰ
➨ জালুক ===> কেৰালা
➨ ধান ===> পশ্চিম বংগ
➨ আলু => উত্তৰ প্ৰদেশ
➨ ৰাগী => কৰ্ণাটক
➨ ৰবৰ ===> কেৰালা
➨ ৰেচম ===> কৰ্ণাটক
➨ কুঁহিয়াৰ => উত্তৰ প্ৰদেশ
➨ চয়াবীন => মধ্য প্ৰদেশ
➨ সূৰ্যমুখী ==> কৰ্ণাটক
➨ চাহ ===> অসম
➨ ধপাত ===> অন্ধ্ৰ প্ৰদেশ
➨ হালধি => অন্ধ্ৰ প্ৰদেশ
➨ ঘেঁহু ===> উত্তৰ প্ৰদেশ
➨ আৰহাৰ ===> উত্তৰ প্ৰদেশ
➨ নাৰিকল => কেৰালা


0 comments:
Post a Comment